November 5, 2023 প্ৰদূষণে ভয়াবহ ৰূপ লৈছে দিল্লীত… Share FacebookTwitterWhatsAppTelegramKooEmail প্ৰদূষণে ভয়াবহ ৰূপ লৈছে দিল্লীত। দিল্লীবাসীলৈ অশনি সংকেত কঢ়িয়াই আনিছে প্ৰদূষণে। আজিৰ দিনটোত দিল্লীৰ এয়াৰ কোৱালিটী ইনডেক্স হৈছে ৪৯৮। নয়দাৰো এয়াৰ কোৱালিটী ইনডেক্স হৈছেগৈ ৪২০। দিনক দিনে প্ৰদূষণৰ মাত্ৰা বাঢ়িছে দিল্লীত। Author: দৈনন্দিন বাৰ্তা Related Articles উজনিৰ বানবিধ্বস্ত আৰ্তজনৰ কাষত দ্য গ্ৰেট খালি দৈনন্দিন বাৰ্তা - August 20, 2026 ঝাৰখণ্ডত JSSC-CGLৰ সকলো পৰীক্ষা বাতিলৰ সিদ্ধান্ত দৈনন্দিন বাৰ্তা - August 18, 2026 ‘বিকশিত ভাৰত’ৰ সংকল্পৰে লালকিল্লাৰ পৰা দেশৰ প্ৰধানমন্ত্ৰী মোদীৰ কি আহ্বান দৈনন্দিন বাৰ্তা - August 15, 2026