October 29, 2023 হলীউডৰ জনপ্ৰিয় অভিনেতা মেথিউ পেৰীৰ দেহাৱসান… Share FacebookTwitterWhatsAppTelegramKooEmail হলীউডৰ জনপ্ৰিয় অভিনেতা মেথিউ পেৰীৰ দেহাৱসান। ৫৪ বছৰ বয়সত লজ এঞ্জেলছৰ নিজ বাসভৱনত মৃত্যু অভিনেতাগৰাকীৰ। ফ্ৰেণ্ডছত চেণ্ডলাৰ বিংৰ চৰিত্ৰত অভিনয় কৰি সুপৰিচিত মেথিউ পেৰীৰ মৃত্যু। Author: দৈনন্দিন বাৰ্তা Related Articles অসম জাতীয় পৰিষদৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ, ৮টা সমষ্টিত প্ৰাৰ্থী ঘোষণা দৈনন্দিন বাৰ্তা - March 17, 2026 গৌৰৱ গগৈয়ে ৰঙৰ উৎসৱ হোলী পালন নকৰা বিষয়টোক লৈ ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ! ৰঙৰ উৎসৱত কিয় দেখা নগ’ল গৌৰৱ গগৈক?gaurav gogoi দৈনন্দিন বাৰ্তা - March 10, 2026 ছমৰীয়াৰ ডেকাচাং উচ্চ মাধ্যমিক বিদ্যালয়ৰ পুখুৰীৰ মাটি বেদখলৰ চেষ্টা :: বিদ্যালয় কতৃপক্ষ, স্থানীয় ৰাইজ, শিক্ষক- শিক্ষয়িত্ৰীকে ছাত্ৰ- ছাত্ৰীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া: দৈনন্দিন বাৰ্তা - February 28, 2026