Breaking

চিকিৎসাধীন হৈ আছে জনপ্ৰিয় কণ্ঠশিল্পী জুবলী বৰুৱা

0 135

জনপ্ৰিয় কণ্ঠশিল্পী জুবলী বৰুৱা অসুস্থ।

৫ দিন ধৰি চিকিৎসাধীন হৈ আছে কণ্ঠশিল্পীগৰাকী।

মহানগৰীৰ হেল্থ চিটী হাস্পতালত চিকিৎসাধীন হৈ আছে জুবলী।

কোভিডৰ পিছৰ জটিলতাৰ লগতে ভাইৰেল নিউমোনিয়াত আক্ৰান্ত হৈছে জুবলী। বৰ্তমান কণ্ঠশিল্পীগৰাকীৰ স্বাস্থ্য সুস্থিৰ বুলি জানিব পৰা গৈছে।

Leave A Reply