অসমীয়াৰ জনসংখ্যা বৃদ্ধি (Population of Assamese) কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
আমাৰ অসমীয়া মানুহৰ পৰিয়ালে সন্তান জন্ম দিব নিবিচাৰে বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।
অন্য পৰিয়ালে ৮-৯টা সন্তান জন্ম দিয়ে বুলিও কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
চাকৰি পোৱা সকলে এবছৰৰ ভিতৰত বিয়া পাতি বিয়াৰ চিঠি মোলৈ পঠাব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।
‘যিসকলে বিয়া পাতিছে সোনকালে সন্তান জন্ম দিয়ক’।
‘উজনিৰ ফালে ৰাস্তাত সৰু ল’ৰা-ছোৱালী নেদেখাই হ’লো ‘
‘ধুবুৰী,গোৱালপাৰাৰ ফালে গ’লে এখন ঘৰতে ৭-৮টা সন্তান’
‘অসমীয়াৰ জনসংখ্যা বৃদ্ধি কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ’

