Breaking

পাৱাৰ ৰেঞ্জাৰছৰ অভিনেতা জেছন ডেভিদ ফ্ৰেংকৰ ৪৯ বছৰ বয়সত মৃত্যু…

0 72

পাৱাৰ ৰেঞ্জাৰছৰ অভিনেতা জেছন ডেভিদ ফ্ৰেংকৰ ৪৯ বছৰ বয়সত মৃত্যু হয় ।

টমী অলিভাৰ বা ‘পাৱাৰ ৰেঞ্জাৰছ’ৰ গ্ৰীণ ৰেঞ্জাৰ নামেৰে পৰিচিত জেছন ডেভিদ ফ্ৰেংকৰ ৪৯ বছৰ বয়সত টেক্সাছত মৃত্যু হয়।

সূত্ৰৰ উদ্ধৃতি দি টিএমজেডে আত্মহত্যা কৰি তেওঁৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছে।

Leave A Reply