December 1, 2020 JEE কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড প্ৰদীপ কুমাৰক ১০ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ Share FacebookTwitterWhatsAppTelegramKooEmail আৰক্ষী জিম্মালৈ প্ৰেৰণ JEE কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড প্ৰদীপ কুমাৰক । চি জে এম আদালতে ১০ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে কুমাৰক । অসম আৰক্ষীয়ে দিল্লীৰ পৰা দেওবাৰে গ্ৰেপ্তাৰ কৰিছিল প্ৰদীপ কুমাৰক । Author: দৈনন্দিন বাৰ্তা Related Articles All Assam Matak Yuba-Chatra Parishad: সদৌ অসম মটক যুৱ–ছাত্ৰ পৰিষদৰ ৰাষ্ট্ৰীয় পৰ্যায় আলোচনা চক্ৰৰ সফল সামৰণি দৈনন্দিন বাৰ্তা - February 4, 2026 BJPত যোগদান কৰিব নেকি ড° জ্ঞানশ্ৰী বৰাই? অধ্যাপিকা পদ ত্যাগক কৰি ৰাজনৈতিত প্ৰৱেশ দৈনন্দিন বাৰ্তা - February 3, 2026 Personality: যিসকলৰ ভৰিৰ আঙুলিৰ এটা আঙুলি দীঘল, তেওঁলোক অতি ভাগ্যৱান ! দৈনন্দিন বাৰ্তা - February 3, 2026