Prafulla Govinda Baruah: পঞ্চভূতত বিলীন বিশিষ্ট সাংবাদিক তথা পদ্মশ্ৰী প্ৰফুল্ল গোবিন্দ বৰুৱা

পঞ্চভূতত(Prafulla Govinda Baruah) বিলীন অসমৰ সংবাদ ক্ষেত্ৰৰ মহীৰূহ প্ৰফুল্ল গোবিন্দ বৰুৱা

ৰাজ্যিক মৰ্যদাৰে নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন

ৰাজ্যিক মৰ্যাদাৰে নৱগ্ৰহ শ্মশানত শেষকৃত্য প্ৰফুল্ল গোবিন্দ বৰুৱাৰ।

দ্যা আছাম ট্ৰিবিউনৰ পৰিচালন সঞ্চালক, সম্পাদক আছিল প্ৰফুল্ল গোবিন্দ বৰুৱা।

ৰাধা গোবিন্দ বৰুৱাৰ সুযোগ্য সন্তান আছিল প্ৰফুল্ল গোবিন্দ বৰুৱা।

বাৰ্ধক্যজনিত কাৰণত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ।

৯৬ বছৰ বয়সত দেহাৱসান বিশিষ্ট সাংবাদিকগৰাকীৰ।



Related Articles