বনভোজ খাবলৈ যোৱা প্ৰজ্ঞাশ্ৰী ফুকনৰ সৈতে শোকাৱহ ঘটনা।(Pragyashree Phukan)
বনভোজ খাবলৈ গৈ প্ৰাণ হেৰুৱালে প্ৰজ্ঞাশ্ৰী ফুকনে।
যোৰহাটৰ বাঘমৰা বনভোজস্থলীত অঘটন।
যোৰহাট জেবি কলেজৰ ছাত্ৰী আছিল প্ৰজ্ঞাশ্ৰী ফুকন
নদীৰ পানীত হাত ধুবলৈ যাওতেই প্ৰজ্ঞাশ্ৰীৰ সৈতে সংঘটিত হয় এই ভয়ংকৰ ঘটনা।
ব্ৰহ্মপুত্ৰত পৰি মৃত্য়ু হয় প্ৰজ্ঞাশ্ৰীৰ।
যোৰহাট জেবি কলেজৰ মেধাৱী ছাত্ৰী আছিল প্ৰজ্ঞাশ্ৰী।

