নতুন দিল্লীত অনুষ্ঠিত (Pratikshya Das) একাদশ ৰাষ্ট্ৰীয় তং ইল মু ডো মাৰ্চিয়েল আৰ্ট প্ৰতিযোগিতাত প্ৰতীক্ষা দাসৰ ব্ৰঞ্জৰ পদক।
যোৱা ২৯,৩০ আৰু ৩১ ডিচেম্বৰত নতুন দিল্লীত অনুষ্ঠিত একাদশ ৰাষ্ট্ৰীয় তং ইল মু ডো মাৰ্চিয়েল আৰ্ট প্ৰতিযোগিতাত নলবাৰীৰ প্ৰতীক্ষা দাসে ব্ৰঞ্জৰ পদক লাভ কৰিছে।

নলবাৰীৰ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ বিবেক ২ৰ ছাত্ৰী ৮ বছৰীয়া প্ৰতীক্ষা দাসৰ সাফল্যত স্বাভাৱিকতে পৰিয়ালৰ লগতে অসমবাসীক গৌৰৱান্বিত কৰি তুলিছে।
নলবাৰীৰ জীয়ৰী প্ৰতীক্ষা দাস মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ৰ উপ- অধীক্ষক ডাঃ ৰাতুল দাস আৰু পৰিনীতা কাশ্যপৰ একমাত্ৰ কন্যা।

