Breaking

ৰাষ্ট্ৰপতি পদৰ এনডিএ ৰ সৰ্বসন্মত প্ৰাৰ্থী দ্ৰৌপদী মূৰমুৰ মনোনয়ন পত্ৰত স্বাক্ষৰ কামাখ্যা প্ৰসাদ তাচাৰ

0 64

দিল্লী : আজি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি পদৰ এনডিএ ৰ সৰ্বসন্মত প্ৰাৰ্থী দ্ৰৌপদী মূৰমুৰ মনোনয়ন পত্ৰত স্বাক্ষৰ কৰে কামাখ্যা প্ৰসাদ তাচাই ।বিজেপি ৰাষ্ট্ৰীয় নেতৃত্বই মনোনয়ন পত্ৰত স্বাক্ষৰ কৰিবলৈ সুযোগ দিয়াত কৃতজ্ঞতা জনাইছে কামাখ্যা প্ৰসাদ তাচাই ।

সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ সৈতে দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীৰ ব্যক্তিগত কাৰ্যালয়ত মনোনয়ন পত্ৰত স্বাক্ষৰ কৰে কামাখ্যা প্ৰসাদ তাচাই । ।

Leave A Reply