বিটিআৰ ওদালগুৰি জিলা ভেৰগাঁও মহকুমাঁৰ পৰিৱৰ্তে ভেৰগাঁও জিলা বড়োলেণ্ড ইলেকট্ৰনিক মিডিআ এচোচিয়েচন চমুকৈ BEMAৰ সংবাদমেল।উল্লেখ্য যে অহা ১৪ নবেম্বৰ তাৰিখে বড়োলেণ্ড ইলেকট্ৰ্নিক মিডিআ ইচোচিয়েচনৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হ’ব। সন্দৰ্ভত BEMA এচোচিয়েচনে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ওদালগুৰি জিলা ভেৰগাঁও পুথি ভৰাঁলত পুৱা ১০ বজাত সংবাদ কৰ্মী সকলক লৈ কৰ্মশালা আয়োজন কৰাৰ সিধান্ত কৰিছে সেয়েহে।
পৰিপেক্ষিতত বড়োলেণ্ড ইলেকট্ৰ্নিক মিডিআ এচোচিয়েচনৰ সভাপতি কনক চন্দ্ৰ বড়ো, সম্পাদক বডোছা বসুমতাৰী সহ উপ-সভাপতি দানশ্ৰাং বড়োয়ে আজি সংবাদ যোগে অহা ১৪ নবেম্বৰ তাৰিখৰ উক্ত কৰ্মশালাত ওদালগুৰি জিলা সকলো সংবাদ ডাটাক অংশ গ্ৰহণ কৰিবলৈ সংবাদ যোগে আহ্বান কৰে।


