Breaking

কাইলৈৰ পৰা বৃদ্ধি পাব জীৱনদায়িনী ঔষধৰ দাম ! ১০ শতাংশ পৰ্যন্ত দাম বৃদ্ধিৰ সম্ভাৱনা…

0 35

কাইলৈৰ পৰা বৃদ্ধি জীৱনদায়িনী ঔষধৰ দাম। বৃ্দ্ধি পাব প্ৰায় ৮০০ বিধ ঔষধৰ মূল্য।

দাম বাঢ়িব কিছুমান এণ্টি বেক্টেৰিয়েল, এণ্টি ফাংগাল, ইনফেকচনেল ঔষধৰ। পেইন কিলাৰৰৰ পৰা এন্টিবায়টিকলৈ বৃদ্ধি পাব দাম।

বৃদ্ধি পাব কৰ্কট আৰু হৃদৰোগৰ ঔষধৰ দাম ১০ শতাংশ পৰ্যন্ত দাম বৃদ্ধিৰ সম্ভাৱনা।

Leave A Reply