Breaking

ভাৰতৰ প্ৰথম মানৱ মহাকাশ অভিযানৰ বাবে ৪ গৰাকী মহাকাশচাৰীৰ নাম প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

0 123

ভাৰতৰ প্ৰথম মানৱ মহাকাশ অভিযানৰ বাবে নিৰ্বাচিত হ’ল ৪ জন মহাকাশচাৰী। মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘গগনযান’ মিছনৰ বাবে ৪গৰাকী মহাকাশচাৰীৰ নাম প্ৰকাশ কৰে।

‘গগনযান’ অভিযানৰ অংশ হিচাপে মহাকাশলৈ যাবলৈ নিৰ্বাচিত হোৱা মহাকাশচাৰীসকল হ’ল-গ্ৰুপ কেপ্টেইন পি বালাকৃষ্ণন নায়াৰ, গ্ৰুপ কেপ্টেইন অজিত কৃষ্ণন, গ্ৰুপ কেপ্টেইন অংগদ প্ৰতাপ আৰু উইং কামাণ্ডাৰ এছ শুক্লা।

উল্লেখ্য যে ‘গগনযান’ মিছন ভাৰতৰ প্ৰথমটো মানৱ অভিযান।


Leave A Reply