অসমত উপস্থিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী গৰাকীক উষ্ম আদৰণি ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ
অসমত উপস্থিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত প্ৰধানমন্ত্ৰী গৰাকীক উষ্ম আদৰণি জনাই ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই ।এই সময়ত ৰাজ্যপাল গৰাকীৰ সৈতে উপস্থিত থাকে সতীৰ্থ মন্ত্ৰীসকল আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল।

অসমভূমিত প্ৰধানমন্ত্ৰীগৰাকীৰ বহুমূলীয়া উপস্থিতিয়ে অসমৰ প্ৰগতিৰ যাত্ৰাক নতুন উদ্যমেৰে আগুৱাই নিয়াৰ বাবে অনুপ্ৰেৰণা যোগাই আহিছে বুলি মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই।