হঠাতে কান্দি উঠিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী:কিন্তু কিয় চাঁও আহক

হঠাতে কান্দি উঠিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

এক ভিডিঅ কনফাৰেঞ্চত হঠাতে কান্দি উঠিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। স্বাস্থ্য কৰ্মী তথা চিকিৎসৰ সৈতে হোৱা এক বাৰ্তালাপত আৱেগিক হৈ পৰিল প্ৰধানমন্ত্ৰী। কৰণাৰ সংহাৰত বহু আপোনক হেৰুৱাৰ দুখতেই তেনেদৰে আৱেগিক হৈ পৰি মোদী।শুকুৰবাৰে বাৰাণসীৰ চিকিৎসা কৰ্মীৰ সৈতে এক ভিডিঅ কনফাৰেঞ্চত মিলিত হয় প্ৰধানমন্ত্ৰী। তেতিয়াই তেখেতে দেশৰ বৰ্তমানৰ ক’ভিড পৰিস্থিতিৰ সন্দৰ্ভত কথা বাৰ্তা হয়। সেই কনফাৰেঞ্চতেই তেখেত কয়, ‘যতেই বেমাৰ তাতেই উপচাৰ’।কেৱল ক’ৰণাৰ বিষয়েই নহয়, কলা ভেঁকুৰ যি ব্লেক ফাংগাছ নামেৰে ভয়াবহ হৈ দেখা দিছে বৰ্তামানে দেশত সেই বিষয়েও আলোচনাত মিলিত হয়। অধিক সতৰ্কতা অৱলম্বনৰ বাবে কোৱাৰ লগতে ইয়াক ক’ৰণাৰ পৰৱৰ্তী মহামাৰী হিচাপেও অবিহিত কৰে।যি দেশৰ বাবে আন এক প্ৰত্যাহ্বান হৈ থিয় দিছে। তেওঁ কয় এতিয়া দেশৰ যুঁজ এক অদৃশ্য অতিকে ধুৰ্ত ৰূপ সলাই থকা বেমাৰৰ বিৰুদ্ধে। সেয়ে সতৰ্ক হোৱাতো খুবেই প্ৰয়োজনীয়।

Related Articles