Breaking

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব AIIMS লগতে মুকলি কৰিব ৩ খনকৈ মেডিকেল কলেজ…

0 70

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব AIIMS লগতে মুকলি কৰিব ৩ খনকৈ মেডিকেল কলেজ। ইয়াৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰী গৰাকীয়ে ৩,৪০০ কোটি টকাৰো অধিক ব্যয়সাপেক্ষ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। গুৱাহাটীৰ চাংসাৰিস্থিত এইমছ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ গুৰুত্বপূৰ্ণ অনুষ্ঠান হিচাপে পৰিচিত হ’ব।

AIIMS মুকলি অনুষ্ঠানতে প্ৰধানমন্ত্ৰী গৰাকীয়ে ‘আয়ুষ্মান’ আঁচনিৰ শুভাৰম্ভ কৰিব ৷

Leave A Reply