Breaking

বিশিষ্ট সাহিত্যিক ড০ প্ৰণৱজ্যোতি ডেকা অসুস্থ…

0 44

বিশিষ্ট সাহিত্যিক ড০ প্ৰণৱজ্যোতি ডেকা অসুস্থ।

বৰ্তমান নেমকেয়াৰ হাস্পতালৰ ICUত চিকিৎসাধীন সাহিত্যিকগৰাকী।

২০২৩ৰ সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল বিশিষ্ট সাহিত্যিকগৰাকীয়ে।

Leave A Reply