মহানগৰীত প্ৰদেশ কংগ্ৰেছে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী। গুৱাহাটী ৰটাৰী ক্লাৱৰ পৰা আৰম্ভ হৈছিল এই প্ৰতিবাদ। ৰাজ্যিক কংগ্ৰেছে গ্ৰহণ কৰিছে ৰাজভৱন ঘেৰাও কাৰ্যসূচী। কৃষক বিৰোধী আইন বাতিলৰ দাবী সাৱস্ত্য কৰা হৈছে এই প্ৰতিবাদ। প্ৰেট’ল ,ডিজেল আৰু ৰন্ধন গেছৰ দৰে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধেও গ্ৰহণ এই প্ৰতিবাদী । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাক আটক কৰিছে মহানগৰ আৰক্ষীৰ। আটক সাংসদ গৌৰৱ গগৈ, বিধায়ক ৰকিবুল হুছেইন।

