September 9, 2021 লাহৰীঘাটৰ কাঠনিত অজগৰ উদ্বাৰ Share FacebookTwitterWhatsAppTelegramKooEmail মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত কাঠনি গৰম বজাৰৰ ফণী ডেকাৰ ঘৰৰ কঁঠাল গছৰ ডালত আনুমানিক ৮ কেজি ওজনৰ এটা অজগৰৰ পোৱালি স্হানীয় ৰাইজে প্ৰত্যক্ষ কৰি অজগৰৰ পোৱালিটিক উদ্বাৰ কৰি সম্প্রতি লাহৰীঘাট থানাত সমজাই দিয়ে । Author: দৈনন্দিন বাৰ্তা Related Articles জুবিন গাৰ্গে অসমীয়া জাতিক মোহাচ্ছন্ন কৰি ৰাখিছিলঃ ৰূপক শৰ্মা দৈনন্দিন বাৰ্তা - March 12, 2026 IPL 2026: ক্ৰিকেটপ্ৰেমীৰ বাবে ভাল খবৰঃ গুৱাহাটীত IPLৰ ৩খনকৈ মেচ দৈনন্দিন বাৰ্তা - March 12, 2026 PM Narendra Modi: কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দৈনন্দিন বাৰ্তা - March 12, 2026