September 9, 2021 লাহৰীঘাটৰ কাঠনিত অজগৰ উদ্বাৰ Share FacebookTwitterWhatsAppTelegramKooEmail মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত কাঠনি গৰম বজাৰৰ ফণী ডেকাৰ ঘৰৰ কঁঠাল গছৰ ডালত আনুমানিক ৮ কেজি ওজনৰ এটা অজগৰৰ পোৱালি স্হানীয় ৰাইজে প্ৰত্যক্ষ কৰি অজগৰৰ পোৱালিটিক উদ্বাৰ কৰি সম্প্রতি লাহৰীঘাট থানাত সমজাই দিয়ে । Author: দৈনন্দিন বাৰ্তা Related Articles দুৰ্গা পূজাৰ বাবে মহানগৰ আৰক্ষীৰ কঠোৰ নিৰ্দেশনা জাৰি দৈনন্দিন বাৰ্তা - October 15, 2026 বন বিভাগক আৰণ্যক বেচৰকাৰী সংস্থাৰ উদ্যোগত চাইকেল প্ৰদান দৈনন্দিন বাৰ্তা - October 14, 2026 চিচিবৰগাঁৱত সম-জিলা আয়ুক্ত কাৰ্যালয় স্থাপনৰ দাবীত ধেমাজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদঃ দাবী পূৰণ নহ’লে আন্দোলন দিছপুৰ-দিল্লীলৈ নিয়াৰ হুংকাৰ, সাংসদ-বিধায়কৰ বাসগৃহ ঘেৰাও কৰাৰো... দৈনন্দিন বাৰ্তা - October 14, 2026