উত্তৰ-পূৰ্বাঞ্চলৰ অংগবস্ত্ৰক অসন্মান ৰাহুল গান্ধীৰ!(Rahul Gandhi)
ৰাষ্ট্ৰপতি ভৱনৰ এক অনুষ্ঠানত ৰাহুল গান্ধীয়ে অংগবস্ত্ৰক অসন্মান কৰাৰ অভিযোগ।
পৰিধান নকৰি হাতৰ মুঠিতে লৈ থাকিল অংগবস্ত্ৰ।
সামাজিক মাধ্যমত ভাইৰেল সমগ্ৰ দৃশ্য।
ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অভ্যৰ্থনা অনুষ্ঠানত থীম আছিল উত্তৰ পূৰ্বাঞ্চলৰ যিকোনো ৰাজ্যৰ স্কাৰ্ফ পিন্ধি যোৱা।
প্ৰধানমন্ত্ৰীৰ পৰা অতিথিসকললৈ সকলোৱে পৰিধান কৰিলে উত্তৰ-পূবৰ বস্ত্ৰ।
কিন্তু কেৱল ৰাহুল গান্ধী অমান্তি হোৱাৰ অভিযোগ।

