Breaking

মাতৃ দিৱসত মাতৃ ছোনিয়া গান্ধীক সাৱটি ধৰা এখন মৰমলগা ছবি শ্বেয়াৰ কৰিলে ৰাহুল গান্ধীয়ে…

0 102


আজি মাতৃ দিৱস! প্ৰাক্তন কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে মাতৃ ছোনিয়া গান্ধীৰ সৈতে এখন ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি সকলোকে মাতৃ দিৱসৰ শুভেচ্ছা জনালে।

ৰাহুল গান্ধীয়ে প্ৰায়ে মাতৃ ছোনিয়া গান্ধীৰ সৈতে ফটো শ্বেয়াৰ কৰা দেখা যায়।

এইবাৰো ৰাহুল গান্ধীয়ে মাতৃ ছোনিয়া গান্ধীৰ সৈতে এখন ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি মাতৃ দিৱসৰ শুভেচ্ছা জনায়।আনকি কংগ্ৰেছ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাহুল গান্ধীয়ে মৰমেৰে ছোনিয়া গান্ধীৰ ধৰি থকা এখন ফটো দেখা পোৱা গৈছিল। ছোনীয়া গান্ধীৰ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত অতি ভাইৰেল হৈ পৰিছিল আৰু ৰাইজে বহু মন্তব্য কৰিছিল।

Leave A Reply