Breaking

আজি গুৱাহাটীত ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা…

0 21

ৰাহুল গান্ধীৰ আজি ভাৰত জোড়ো ন্য়ায় যাত্ৰাৰ ষষ্ঠ দিন।

আজি গুৱাহাটীত ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা।


গুৱাহাটীৰ ভিতৰেৰে ন্যায় যাত্ৰাৰ অনুমতি নাপালে ৰাহুল গান্ধীয়ে।

খানাপাৰাত আৰক্ষীৰ বিশাল সমৰসজ্জা।

Leave A Reply