January 24, 2023 ‘ভাৰত জোডো যাত্ৰা’ত বাহুবলী ৰুপত ৰাহুল গান্ধীৰ পোষ্টাৰ Share FacebookTwitterWhatsAppTelegramKooEmail জম্মুত ‘ভাৰত জোডো যাত্ৰা’ৰ সময়ত দেখা গ’ল ৰাহুল গান্ধীৰ ‘বাহুবলী অৱতাৰ’। যাত্ৰাত বাহুবলী অৱতাৰত ৰাহুলক দেখুওৱা পোষ্টাৰ লৈ এজন ব্যক্তিয়ে হাত পাতিলে। গান্ধীয়েও ব্যক্তিজনৰ লগতে তেওঁৰ পোষ্টাৰখনৰ সৈতে ফটো উঠিল। Author: দৈনন্দিন বাৰ্তা Related Articles উত্তৰ গুৱাহাটী ভেটামুখ ডেম্পৰ পৰা বৃহৎ পৰিমাণৰ কাহ -পিতলৰ চুৰি সামগ্ৰী উদ্ধাৰ । North Guwahati দৈনন্দিন বাৰ্তা - November 12, 2025 ৭টা বিৰোধী দলৰ নেতৃবৃন্দৰে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ বৈঠক সম্পন্ন । ২০২৬ত বিজেপিক পৰাভূত কৰাৰ লক্ষ্য । Congress দৈনন্দিন বাৰ্তা - November 12, 2025 Ashok Singhal: মন্ত্ৰী অশোক সিংহলৰ ঘোষণাঃ যদি মোৰ এক ইঞ্চিও মাটি ট্ৰাইবেল বেল্টত আছে মই সন্যাস ল’ম দৈনন্দিন বাৰ্তা - November 6, 2025