January 24, 2023 ‘ভাৰত জোডো যাত্ৰা’ত বাহুবলী ৰুপত ৰাহুল গান্ধীৰ পোষ্টাৰ Share FacebookTwitterWhatsAppTelegramKooEmail জম্মুত ‘ভাৰত জোডো যাত্ৰা’ৰ সময়ত দেখা গ’ল ৰাহুল গান্ধীৰ ‘বাহুবলী অৱতাৰ’। যাত্ৰাত বাহুবলী অৱতাৰত ৰাহুলক দেখুওৱা পোষ্টাৰ লৈ এজন ব্যক্তিয়ে হাত পাতিলে। গান্ধীয়েও ব্যক্তিজনৰ লগতে তেওঁৰ পোষ্টাৰখনৰ সৈতে ফটো উঠিল। Author: দৈনন্দিন বাৰ্তা Related Articles ১২ মে’ত অসমৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান… দৈনন্দিন বাৰ্তা - May 7, 2026 আপুনি কংগ্ৰেছক কটাক্ষ পাছত কৰিব বৰ্তমান নিজৰ দায়িত্ব পালন কৰকঃ অখিল গগৈৰ বিৰুদ্ধে সৰৱ মীৰা বৰঠাকুৰ দৈনন্দিন বাৰ্তা - May 7, 2026 তেওঁলোকে মোৰ ল’ৰাটোক হত্যা কৰিলে, কিন্তু মই হ*ত্যাকাৰীৰ ফাঁচী নিবিচাৰো…! সুবেন্দুৰ পি এ হত্যাক লৈ মাতৃৰ মন্তব্য দৈনন্দিন বাৰ্তা - May 7, 2026