Breaking

‘ৰাহুল এজন ভাল ব্যক্তি কিন্তু তেওঁৰ ৰাজনীতি কৰাৰ ক্ষমতা নাই’- গুলাম নবী আজাদ

0 1,520

গুলাম নবী আজাদে কংগ্ৰেছৰ পৰা পদত্যাগ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক নিৰন্তৰ সমালোচনা কৰাৰ বাবে ৰাহুল গান্ধীক সমালোচনা কৰিছে। এক সাক্ষাৎকাৰত আজাদে কয়, “ৰাহুলৰ চকীদাৰ চোৰশ্লোগান জ্যেষ্ঠ নেতাসকলে সমৰ্থন কৰা নাছিল। ৰাহুলৰ মোডীক নিৰন্তৰ আক্ৰমণ কৰাৰ নীতি ভাল নহয়।

আজাদে কৈছে ‘ৰাহুল এজন ভাল ব্যক্তি কিন্তু তেওঁৰ ৰাজনীতি কৰাৰ ক্ষমতা নাই।

Leave A Reply