Raijor Dol: নিৰ্বাচন আয়োগলৈ স্মাৰকপত্ৰ ৰাইজৰ দলৰ

ভাৰতৰ মুখ‍্য নিৰ্বাচনী আয়ুক্ত আৰু অসমৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ স্মাৰক পত্ৰ ৰাইজৰ দলৰ।(Raijor Dol)

বিধানসভা সমষ্টিৰ পৰা ১০ হাজাৰকৈ বিজেপি বিৰোধীৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ ভয়ংকৰ অভিসন্ধি ব্যক্ত কৰিছিল বিজেপিৰ ৰাজ‍্যিক সভাপতি দিলীপ শইকীয়াই।

৪ জানুৱাৰীৰ সন্ধিয়া ভিডিঅ’ কনফাৰেন্সযোগে এই তথ্য ব‍্যক্ত কৰিছিল বিজেপি সভাপতিগৰাকীয়ে।

সেই ভিডিঅ’টো জব্দ কৰিবলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।


Related Articles