টিম ইণ্ডিয়াই শ্ৰীলংকাক ৩৭৪ ৰানৰ লক্ষ্য দিলে, কোহলীয়ে ৪৫ সংখ্যক এদিনীয়াত অৰ্জন কৰে শতক…

টিম ইণ্ডিয়াই প্ৰথমে খেলাৰ পাছত ৫০ অভাৰত ৭ উইকেটৰ বিনিময়ত ৩৭৩ ৰান সংগ্ৰহ কৰে৷

টিম ইণ্ডিয়াৰ হৈ বিৰাট কোহলীয়ে সৰ্বাধিক ১১৩ ৰান সংগ্ৰহ কৰে। একে সময়তে অধিনায়ক ৰোহিত শৰ্মাই ৮৩, শুবমান গিলে ৭০ আৰু কে এল ৰাহুলে ৩৯ ৰান সংগ্ৰহ কৰে।

একে সময়তে শ্ৰীলংকাৰ হৈ সৰ্বাধিক তিনিটা উইকেট দখল কৰে কাছুন ৰাজিতাই।

Related Articles