Rajen Gohain: ৰাজেন গোঁহাইৰ নতুন ৰাজনৈতিক যাত্ৰাঃ AJPত যোগদান প্ৰাক্তন বিজেপি নেতাৰ

AJPত যোগদান ৰাজেন গোহাঁইৰ।(Rajen Gohain)

বিজেপি ত্যাগ কৰি অসম জাতীয় পৰিষদত যোগদান ৰাজেন গোঁহাইৰ।

কেইদিনমান পূৰ্বে বিজেপি ত্যাগ কৰিছিল ৰাজেন গোহাঁইয়ে।

দিচপুৰ লোকনিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত আছিল যোগদান কাৰ্যসূচী।

নগাঁও সমষ্টিৰ জাতীয় পৰিষদৰ প্ৰাৰ্থী হ’ব পাৰে ৰাজেন গোঁহাই।

যোগদানৰ প্ৰাকক্ষণত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জনায় প্ৰাক্তন বিজেপি নেতা ৰাজেন গোঁহাইয়ে।

Related Articles