অসম জাতীয় পৰিষদত যোগদান কৰিব ৰাজেন গোহাঁয়ে। (Rajen Gohain)
বুধবাৰে যোগদান কৰিব প্ৰাক্তন বিজেপি সাংসদজনে।
১০ বজাত লোকনির্মাণ ভৱনত হ’ব যোগদান কার্যসূচী হ’ব।
বহু প্রাক্তন আছু কর্মীয়েও কৰিব যোগদান কার্যসূচীত।
‘২৬ত বঢ়মপুৰ সমষ্টিৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা ৰাজেন গোহাঁই।
ৰাজেন গোহাঁয়ে অসম জাতীয় পৰিষদত যোগদান কৰাৰ সন্দৰ্ভত দিলীপ শইকীয়াৰ প্ৰতিক্ৰিয়া।
দিলীপ শইকীয়াই কয় যে-
‘ৰাজেন গোহাঁই এগৰাকী জ্যেষ্ঠ নেতা আছিল’
‘আমি এতিয়া একো কৰিবলগীয়া নাই’
‘আমাৰ দল আগবঢ়াই নিয়াৰ বাবে তেওঁ পৰামৰ্শ দিব বুলি ভাবিছিলোঁ’
‘কিন্তু তেওঁ ওলোটাহে কৰিছে’
‘তেওঁলৈ আমাৰ শুভেচ্ছা থাকিল’

