তিনিদিনীয়া ভ্ৰমণসূচীৰে অসম আৰু অৰুণাচল প্ৰদেশলৈ অহা দেশৰ মাননীয় প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং ডাঙৰীয়াক আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশমৰ্মে ডিব্ৰুগড় বিমানবন্দৰত অৱতৰণৰ সময়ত আদৰণি জনায় ।

এই সময়ত ডিব্ৰুগড়ৰ বিধায়ক শ্ৰী প্ৰশান্ত ফুকন , পৌৰপতি ড° সাইকত পাত্ৰ, উপায়ুক্ত, আৰক্ষী উপ-মহাপৰিদৰ্শক আৰু আৰক্ষী অধীক্ষক উপস্থিত থাকে।
