Breaking

অসম পালেহি ৰাজনাথ সিং। ডিব্ৰুগড় বিমান বন্দৰত উপস্থিত ৩দিনীয়া অসম আৰু অৰুণাচল ভ্ৰমণসূচীৰে অহা কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী। মন্ত্ৰী অতুল বৰাই আদৰিলে কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙক। উপস্থিত থাকে বিধায়ক প্ৰশান্ত ফুকনো

0 90

তিনিদিনীয়া ভ্ৰমণসূচীৰে অসম আৰু অৰুণাচল প্ৰদেশলৈ অহা দেশৰ মাননীয় প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং ডাঙৰীয়াক আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশমৰ্মে ডিব্ৰুগড় বিমানবন্দৰত অৱতৰণৰ সময়ত আদৰণি জনায় ।

এই সময়ত ডিব্ৰুগড়ৰ বিধায়ক শ্ৰী প্ৰশান্ত ফুকন , পৌৰপতি ড° সাইকত পাত্ৰ, উপায়ুক্ত, আৰক্ষী উপ-মহাপৰিদৰ্শক আৰু আৰক্ষী অধীক্ষক উপস্থিত থাকে।

Leave A Reply