Breaking

আজি দেশত লোকসভাৰ পঞ্চম পৰ্যায়ৰ নিৰ্বাচন, ভাগ্য নিৰ্ণয় হ’ব ৰাজনাথ সিং, স্মৃতি ইৰাণী; ৰাহুল গান্ধীৰ…

0 20

আজি দেশত লোকসভাৰ পঞ্চম পৰ্যায়ৰ নিৰ্বাচন।

পুৱা ৭ বজাৰ লগে লগে আৰম্ভ হৈছে ভোটগ্ৰহণ পৰ্ব।

৪৯টা সমষ্টিত ভোটযুদ্ধত অৱতীৰ্ণ ৬৯৫ গৰাকী প্ৰাৰ্থী।

ভাগ্য নিৰ্ণয় হ’ব ৰাজনাথ সিং, ৰাহুল গান্ধী, স্মৃতি ইৰাণীৰ।

Leave A Reply