আনে লিখা উত্তৰবহীৰে ৰাজপত্ৰিত বিষয়া হৈছিল ৰাকেশ দাস। ৰাকেশ দাসৰ আটাইকেইখন বহীতে কৰা হৈছিল জালিয়াতি ।

ৰাকেশ দাসৰ হস্তাক্ষৰৰে মিল নাই উত্তৰবহীৰ হাতৰ আখৰ। ৰাকেশ দাসৰ পিতৃৰ সৈতে ঘনিষ্ঠ আছিল ৰাকেশ পাল। ঘনিষ্ঠ হোৱাৰ সুবাদতে ৰাজপত্ৰিত বিষয়া হ’ল ৰাকেশ দাস।

ন্যায়িক আয়োগৰ জেৰাত ইংৰাজীত লিখিব পৰা নাছিল ‘NALBARI’, ‘SOCIOLOGY’ শব্দ। ৰাকেশ দাসৰ পিতৃয়ো আহিব পাৰে তদন্তৰ আওতালৈ। FSLৰ ৰিপ’ৰ্টত পোহৰলৈ আহিছে এই তথ্য।

