‘আদিপুৰুষ’ক সমালোচনা কৰি ‘ৰামায়ণ’ নিৰ্মাতা ৰামানন্দ সাগৰৰ পুত্ৰই ক’লে ‘সম্পূৰ্ণ তথ্য সলনি হ’ল’

জনপ্ৰিয় টেলিভিছন শ্ব’ ‘ৰামায়ণ’ নিৰ্মাণৰ বাবে পৰিচিত ৰামানন্দ সাগৰৰ পুত্ৰ প্ৰেম সাগৰে ‘আদিপুৰুষ’ চিনেমাখনক সমালোচনা কৰি কয় যে “সম্পূৰ্ণ তথ্য সলনি কৰা হৈছে”।

প্ৰেম সাগৰে কয়, “দেউতাইও ৰামায়ণ বনোৱাৰ সময়ত সৃষ্টিশীল স্বাধীনতা ব্যৱহাৰ কৰিছিল। কিন্তু তেওঁ ভগৱান ৰামক বুজি পাইছিল। তেওঁ সৰু সৰু পৰিৱৰ্তন কৰিছিল…কিন্তু তেওঁ কেতিয়াও তথ্যৰ লগত খেলা-ধূলা কৰিবলৈ চেষ্টা কৰা নাছিল।”

Related Articles