Breaking

ৰঙিয়াত চাঞ্চল্যকৰ ঘটনা । ডকাইতক খেদি খেদি কৰায়ত্ব কৰিবলৈ অপাৰগ আৰক্ষীৰ দল

0 510

যোৱা নিশা ৰঙিয়াত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ।

দুজন ডকাইতক খেদি খেদি কৰায়ত্ব কৰিবলৈ অপাৰগ হয় আৰক্ষীৰ এটা দলে

ঘটনাস্থলীৰ পৰা 7.65mm ৰ পিষ্টল এটা উদ্ধাৰ কৰে আৰক্ষীয়ে ।

ডকাইতৰ দলটোৱে এঘৰ মানুহৰ ঘৰৰ পিছফালে পেলাই থৈ যায় পিষ্টলতো ।

নাকা তালাচী কৰি থকা অৱস্থাত পুলিচ দেখি পলায়ন কৰিছিল ডকাইত দুজন ।

ৰঙিয়া তটাৰকুচি -গুৰকুচিত সংঘটিত হৈছিল এই ঘটনাতো ।

আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা ডকাইত দুজনৰ তাত সন্দেহবশত কিবা আছিল বুলি খবৰ পাইছিল ।

Leave A Reply