আজি ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ষষ্ঠ স্থান দখল কৰা ৰজি ৰৌচনাৰ লক্ষ্য এগৰাকী ভাল প্ৰশাসনীয় বিষয়া হোৱাৰ। ৰজি ৰৌচনাই বাইহাটা চাৰিআলিৰ গেটওৱে একাডেমীৰ পৰা পৰীক্ষাত অৱতীৰ্ন হৈছিল।

ছাত্ৰী গৰাকীৰ এই ফলাফল খবৰ পোৱা মাত্ৰেই শৈক্ষিক প্ৰতিষ্ঠান খনত এক উৎসৱমূখৰ পৰিবেশ দেখিবলৈ পোৱা যায়।
ভৱিষ্যতে এগৰাকী সুদক্ষ প্ৰশাসনিক বিষয়া হোৱাৰ সপোন পুহি ৰাখিছে ছাত্ৰী গৰাকীয়ে।