APSCৰ ফলাফলত প্ৰথম স্থানত ধুবুৰীৰ গৌৰীপুৰৰ ৰচিকা ইছলাম…

APSCৰ ফলাফলত প্ৰথম স্থানত জিলিকি উঠিল ৰচিকা ইছলাম।

ধুবুৰীৰ গৌৰীপুৰৰ ৰছিকা ইছলামৰ সাফল্যত উৎফুল্লিত গৌৰীপুৰবাসী।

ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল কৰা ৰছিকা ইছলাম ।

ইতিমধ্যে ৰছিকা ইছলামৰ ঘৰত উৎফুল্লিত হৈছে পৰিয়ালৰ লোকে ।

৯ মাহৰ ভিতৰত সুন্দৰ ফলাফল লাভ কৰিলে ৰছিকা

পৰিয়ালৰ লোকক ধন্যবাদ জ্ঞাপন কৰে ৰছিকা ইছলামে।

কমেণ্টযোগে ৰছিকাক জনাওঁক শুভেচ্ছা।

Related Articles