নিৰ্বাচনৰ পিছতে আগষ্ট মাহৰ পূৰ্বে বেংক একাউণ্টত ১০ হাজাৰ টকাকৈ পাব ৰেচন কাৰ্ড থকা সকলে : মুখ্যমন্ত্ৰী…

আজি অসমৰ বিজয় সংকল্প সভাত উপস্থিত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। লখিমপুৰত বিজেপিৰ বিজয় সংকল্প সভা আৰু তিনিচুকীয়াৰ বিজয় সংকল্প যাত্ৰা নামৰে আয়োজিত নিৰ্বাচনী সভাত প্ৰচাৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ।

বিজয় সংকল্প য়াত্ৰাত পুতুংকে ১০ হাজাৰ টকা সোমাই যাব আৰু নিৰ্বাচনৰ পিছতে আগষ্ট মাহৰ পূৰ্বে বেংক

একাউণ্টত ১০ হাজাৰ টকাকৈ পাব ৰেচন কাৰ্ড থকা দৰিদ্ৰ সকলে এইকথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ।

Related Articles