নৱবৰ্ষৰ প্ৰথম দিনটোতে ভাল খবৰ লাখ লাখ পৰিয়াললৈ।(Ration Card)
১০০ টকাতে চাউলৰ লগতে পাব দাইল, চেনী, নিমখ।
১ তাৰিখৰ পৰা ১০০ টকাতে পাব দাইল, চেনী আৰু নিমখ।
ৰেচনৰ দোকানীয়ে এটকাও ল’ব নোৱাৰিব অতিৰিক্ত।
খেলিমেলি পালেই ১৯৬৭ত দিয়ক অভিযোগ।
ৰাজ্যবাসীৰ বাবে বছৰৰ প্ৰথম দিনটোতে ভাল খবৰ।
চাউলৰ লগতে বিনামূল্যে লাভ কৰিব দাইল, চেনী আৰু নিমখ।
২০২৬ৰ জানুৱাৰীৰ পৰা ১কিলো মচুৰ দাইলৰ দাম হব ৬০টকা, এক কিলো চেনিৰ দাম হব ৩০টকা আৰু ১কিলো নিমখৰ দাম পূৰ্বৰ ১০টকাত লাভ কৰিব ৰেচন কাৰ্ড থকা পৰিয়ালে।
প্ৰতিমাহৰ ১ৰ পৰা ১০তাৰিখৰ ভিতৰত ৰেচন কাৰ্ড থকা পৰিয়ালে চাউলৰ লগতে সংগ্ৰহ কৰিব লাগিব এই সামগ্ৰী।

