১০০খন টেষ্ট মেচ সম্পূৰ্ণ কৰিলে ৰবিচন্দ্ৰন অশ্বিনে…

১০০খন টেষ্ট মেচ সম্পূৰ্ণ কৰিলে ৰবিচন্দ্ৰন অশ্বিনে।

খেলপথাৰত টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে বিশেষ স্মাৰক টুপী প্ৰদান কৰিলে অশ্বিনক।

এই সুখৰ মুহূৰ্তত উপস্থিত থাকে অশ্বিনৰ পত্নী আৰু তেওঁৰ দুই কন্যা।

Related Articles