Breaking

শিক্ষকৰ ড্ৰেছ ক’ড সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ মন্তব্য – ‘শিক্ষকৰ সাজ-পোছাকক লৈ বিতৰ্ক হোৱাৰ বাবেই নিৰ্দেশনা উলিয়াব লগা হৈছে…

0 118

‘শিক্ষকৰ সাজ-পোছাকক লৈ বিতৰ্ক হোৱাৰ বাবেই নিৰ্দেশনা উলিয়াব লগা হৈছে।

নিৰ্দিষ্ট দুই-এজনক শৃংখলিত কৰিবলৈ এনে নিৰ্দেশনাৰ প্ৰয়োজন।

নিৰ্দেশনাত ফৰ্মেল বা মাৰ্জিত পোছাক অন্তৰ্ভুক্ত আছে। ধুতী-পাঞ্জাবী বা মেখেলা-চাদৰো পিন্ধি আহিব পাৰে’। শিক্ষকৰ ড্ৰেছ ক’ড সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ মন্তব্য।

Leave A Reply