Chapar । চাপৰৰ টিলাপাৰাত ৰাজিয়াতুল উলুম বানাত মাদ্ৰাছাত ১১ তম বাৰ্ষিকী অধিৱেশন উপলক্ষ্যে অনুষ্ঠিত হ’ব ধৰ্মীয়সভা

২৩ জানুৱাৰী,২০২৫ঃ Chapar । উত্তৰ পূৱ ভাৰতৰ বিশিষ্ট ইছলামিক চিন্তাবিদ হজৰত উলামা হাফিজ শ্বায়েখ আহমদ ছাইদ গোবিন্দপুৰী, বিশিষ্ট অতিথি হিচাবে ভাষণ প্ৰদান কৰিৱ কলিকতাৰ মুফাচ্ছিৰে ক্বোৰআন হজৰত মৌলানা নুৰ হাছান ক্বাছিমী, হজৰত মৌলানা মুফতি আফছাৰ আলী ক্বাছিমী আৰু নিৰ্দিষ্ট ভক্তা হিচাপে ভাষণ প্ৰদান কৰিৱ হজৰত মৌলানা মুফতি আখিয়াৰুল ইছলাম ক্বাছিমীৰ লগতে স্থানীয় বিভিন্ন উলমায়ে কেৰাম সকল।

ইতিমধ্যে সভাৰ যাবতীয় প্ৰস্তুতি সম্পন্ন কৰিছে উদ্যোগতাসকলে। উক্ত ধৰ্মীয় সভাখন আজি বিয়লি চাৰি বজাৰ পৰা মাদ্ৰাছা প্ৰাঙ্গনত আৰম্ভ হ’ব। ধৰ্ম সভাখনত যথা সময়ত উপস্থিতহৈ পৱিত্ৰ ক্বোৰআন আৰু হাদিছৰ বহুমুলীয়া ওয়াজ, নছিহত শুনি অসীম ছোৱাবৰ অংশীদাৰ হ’বলৈ সকলো ইছলাম ধৰ্মীয় লোকক আহ্বান জনাইছে আয়োজক সমিতিয়ে ।

Related Articles