Breaking

ৰাজ্যত পুনৰ হিন্দু ধৰ্ম ত্যাগ কৰি ইছলাম ধৰ্ম গ্ৰহণ…

0 49

ৰাজ্যত পুনৰ হিন্দু ধৰ্ম ত্যাগ কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰিলে, কোকৰাঝাৰ জিলাৰ সাপকাটা গাওঁৰ নাম:- অণুৰাভা বয়স (২৩) পিতা:- ফুলেশ্বৰ ৰাভা নামৰ ছোৱালী জনীয়ে নিজ ইচ্ছাকৃত ভাৱে আদালতৰ অংগীকাৰ পত্ৰৰ যোগেদি

হিন্দু ধৰ্ম ত্যাগ কৰি অনুফা খাতুন বুলি নামেৰে আজিৰ পৰা ইছলাম ধৰ্ম গ্ৰহণ কৰে। আনকী যুৱতীজনীয় ইছলাম ধৰ্মৰ সকলো নিয়ম নীতিৰে পালন কৰাৰ প্ৰতিজ্ঞা প্ৰকাশ কৰে।

যুৱতী গৰাকীয়ে সাংবাদিকৰ সাক্ষাৎকাৰত ভাষ্য প্ৰদান কৰিছে ।

Leave A Reply