September 26, 2023 বিশিষ্ট লোকশিল্পী, লোকনৃত্যৰ সাধক ভূৱন চন্দ্ৰ ৰায়ৰ মৃত্যু… Share FacebookTwitterWhatsAppTelegramKooEmail বিশিষ্ট লোকশিল্পী, লোকনৃত্যৰ সাধক ভূৱন চন্দ্ৰ ৰায়ৰ মৃত্যু ৷ গুৱাহাটীত চিকিৎসাধীন হৈ আছিল ভূৱন চন্দ্ৰ ৰায় ওৰফে ভূৱন কুশানী৷ সোমবাৰে নিশা প্ৰায় ৯ বজাত মৃত্যু হয় লোকশিল্পীগৰাকীৰ৷ Author: দৈনন্দিন বাৰ্তা Related Articles ৰাষ্ট্ৰপতি ভৱনত স্থান লাভ কৰিলে পাঁচখন অমূল্য অসমীয়া সাঁচিপতীয়া পুথি । XASIPOTIYA PUTHI দৈনন্দিন বাৰ্তা - July 23, 2025 জৈৱিক কৃষিৰে বহিঃৰাজ্যত বজাৰ দখল গোলাঘাটৰ কৃষকৰ । Golaghat দৈনন্দিন বাৰ্তা - July 10, 2025 Bageshwar Dham বাগেশ্বৰ ধামত দুৰ্ঘটনা: দেৱাল খহি এজন ভক্তৰ মৃত্যু, আহত ১২ জন দৈনন্দিন বাৰ্তা - July 8, 2025