August 20, 2023 বিশিষ্ট চিত্ৰশিল্পী কিৰণ শংকৰ ৰায়ৰ দেহাৱসান… Share FacebookTwitterWhatsAppTelegramKooEmail বিশিষ্ট চিত্ৰশিল্পী কিৰণ শংকৰ ৰায়ৰ দেহাৱসান। দীৰ্ঘদিনে জটিল ৰোগত আক্ৰান্ত হৈ আজি মৃত্যুত সাৱটিলে বিশিষ্ট চিত্ৰশিল্পীগৰাকীয়ে। নিশা ২.৩০ বজাত শেষ নিশ্বাস ত্যাগ। মৰণোত্তৰভাৱে দেহদান কৰি গৈছে শিল্পীগৰাকীয়ে। তেখেতৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ। Author: দৈনন্দিন বাৰ্তা Related Articles ক্ৰমাৎ সুস্থ হৈছে ৰোজ খানৰ নৃশংস আক্ৰমণৰ বলি হোৱা মৃদুমুদ্ৰা; GMCHৰ অধীক্ষকে দিলে গুৰুত্বপূৰ্ণ আপডেট দৈনন্দিন বাৰ্তা - June 3, 2026 ক’লা মনোকিনিত পুলত চিল কৰিলে প্ৰিয়ংকা চোপ্ৰা, ভাইৰেল গ্লেমাৰাছ ফটো; অনুৰাগীৰ মন্তব্য—‘ৰাণী’ । Priyanka Chopra দৈনন্দিন বাৰ্তা - June 1, 2026 এই কাম নকৰিলে অসম চৰকাৰৰ কৰ্মচাৰীৰ কৰ্তন হ’ব দৰমহা! Himanta Biswa Sarma: দৈনন্দিন বাৰ্তা - May 20, 2026