April 29, 2024 শিমলুগুৰিত ট্ৰেক্টৰৰ চেপাত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ মৃত্যু… Share FacebookTwitterWhatsAppTelegramKooEmail নাৰায়ণপুৰৰ শিমলুগুৰিত ট্ৰেক্টৰৰ চেপাত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ মৃত্যু। দুৰ্গা গৌতম আছিল উত্তৰ শিমলুগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক। নিজৰ বাৰীত ট্ৰেক্টৰেৰে মাটি পেলাই থকা অৱস্থাত এই অঘটন। Author: দৈনন্দিন বাৰ্তা Related Articles ১৬আৰু ১৭ তাৰিখে প্ৰাৰ্থী ঘোষণা কৰিব দলে ৰাইজে চিন্তা কৰিব নালাগে ৰংখাংঙত আছোঁ = ড° তুলিৰাম ৰংহাং দৈনন্দিন বাৰ্তা - March 13, 2026 গৌৰৱ গগৈয়ে ৰঙৰ উৎসৱ হোলী পালন নকৰা বিষয়টোক লৈ ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ! ৰঙৰ উৎসৱত কিয় দেখা নগ’ল গৌৰৱ গগৈক?gaurav gogoi দৈনন্দিন বাৰ্তা - March 10, 2026 ছমৰীয়াৰ ডেকাচাং উচ্চ মাধ্যমিক বিদ্যালয়ৰ পুখুৰীৰ মাটি বেদখলৰ চেষ্টা :: বিদ্যালয় কতৃপক্ষ, স্থানীয় ৰাইজ, শিক্ষক- শিক্ষয়িত্ৰীকে ছাত্ৰ- ছাত্ৰীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া: দৈনন্দিন বাৰ্তা - February 28, 2026