ৰাজ্যত ১,৭০৭খন বিদেশী সুৰাৰ বিপণি আছে।
ইয়াৰে ১,৭০৭খন বিদেশী সুৰাৰ বিপণি। ৯২৩খন পাণশালা, ৩৭৩খন দেশীয় সুৰাৰ বিপণি।
২০২৩-২৪ত সুৰাৰ বিপণিৰ পৰা ৩,৮১৬ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰিছে চৰকাৰে।
সদনত ৰেকিবুদ্দিন আহমেদৰ প্ৰশ্নৰ উত্তৰত এই তথ্য দিয়ে মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ।

