August 18, 2024 চামগুৰিৰ কাৱৈমাৰীত আবু হানিফাৰ ঘৰৰ পৰা উদ্ধাৰ গঁড়ৰ খৰ্গ… Share FacebookTwitterWhatsAppTelegramKooEmail চামগুৰিৰ কাৱৈমাৰীত গঁড়ৰ খৰ্গসহ এজনক আটক। ধৃত আবু হানিফাৰ ঘৰৰ পৰা উদ্ধাৰ গঁড়ৰ খৰ্গটো। উদ্ধাৰ হোৱা গঁড়ৰ খৰ্গটোৰ ওজন ১২০০ গ্ৰাম। কাৰ্বি আংলং, ৰূপহীহাট, চামগুৰি আৰক্ষীয়ে চলাইছিল অভিযান। Author: দৈনন্দিন বাৰ্তা Related Articles বিৰোধীৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আক্ৰমণ দৈনন্দিন বাৰ্তা - March 5, 2026 জাতীয় সাজপাৰ পৰিধান কৰিহে দৰ্শন কৰিব পাৰিব শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ দৈনন্দিন বাৰ্তা - March 3, 2026 আজি ফল্গু উৎসৱঃ আবিৰৰ ৰঙেৰে ৰঙীণ হওক সকলোৰে মন… দৈনন্দিন বাৰ্তা - March 3, 2026