August 18, 2024 চামগুৰিৰ কাৱৈমাৰীত আবু হানিফাৰ ঘৰৰ পৰা উদ্ধাৰ গঁড়ৰ খৰ্গ… Share FacebookTwitterWhatsAppTelegramKooEmail চামগুৰিৰ কাৱৈমাৰীত গঁড়ৰ খৰ্গসহ এজনক আটক। ধৃত আবু হানিফাৰ ঘৰৰ পৰা উদ্ধাৰ গঁড়ৰ খৰ্গটো। উদ্ধাৰ হোৱা গঁড়ৰ খৰ্গটোৰ ওজন ১২০০ গ্ৰাম। কাৰ্বি আংলং, ৰূপহীহাট, চামগুৰি আৰক্ষীয়ে চলাইছিল অভিযান। Author: দৈনন্দিন বাৰ্তা Related Articles মুম্বাই আইআইটি আৰু অষ্ট্ৰেলিয়াত অধ্যয়নৰ সুযোগ মাৰ্ঘেৰিটাৰ অম্লানজ্যোতি গগৈৰ দৈনন্দিন বাৰ্তা - June 25, 2026 শৰাইঘাট নাট্য গোষ্ঠীৰ উদ্যোগত জনকল্যাণ ছ’চাইটি, সাংস্কৃতিক বিদ্যালয় আৰু আলোক প্ৰভঞ্জন ৱেলফেয়াৰ ছ’চাইটিৰ সহযোগত গুৱাহাটীত মহা অম্বুবাচী ভক্ত সেৱাৰ আয়োজন দৈনন্দিন বাৰ্তা - June 25, 2026 শক্তিপীঠ কামাখ্যা ধামত অম্বুবাচী মহাযোগৰ অন্তিম দিন দৈনন্দিন বাৰ্তা - June 25, 2026